অসমৰ ৰাজধানী দিশপুৰত প্ৰায় ৫০০০ খেলুৱৈ

Share

গুৱাহাটীৰ উপৰিও উত্তৰ-পূৱৰ আন ৭ খন চহৰৰ ১৮ টা স্থানত এই খেলসমূহ অনু্ষ্ঠিত হ’ব।প্ৰতিযোগিতাত অন্তৰ্ভুক্ত ২০ বিধ খেলৰ ১৬ বিধ অসমত হোৱাৰ বিপৰীতে মেঘালয়ত আৰ্চাৰী ত্ৰিপুৰাত যোগাসন, নাগালেণ্ডত, মল্লযুজ অৰুণাচল প্ৰদেশত ভাৰোত্তোলন ছিক্কিমত পুৰুষৰ বক্সিং আৰু মিজোৰামত পুৰুষৰ ফুটবল অনুষ্ঠিত হ’ব। গুৱাহাটীৰ উপৰিও খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ আৰম্ভ হোৱা আগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত ৬৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত আয়োজন কৰা গেমছত দেশৰ সকলো ৰাজ্যৰ পৰা প্ৰায় ৫০০০ হাজাৰ খেলোৱৈ অংশ গ্ৰহণ কৰিছে খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত থকা সকলো আগুৱাই অহা খেলুৱৈ সকলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া সাংস্কৃতিক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় ক্ৰীড়াক অতি গুৰুত্বসহকাৰে লোৱা উত্তৰ-পূৰ্বাঞ্চলে আগুৱাই অহা ক্ৰীড়া সাংস্কৃতিৰ পৰা দেশবাসীক শিক্ষা লোৱাৰ আহ্বান জনায় কয় এই খেলৰ পৰা আগুৱাই অহা খেলুৱৈ সকল পিছত দেশ-বিদেশলৈও খেলত ভাগ লব পাৰিব বুলি প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় দেশৰ সকলো খেলুৱৈ সকলৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে এই বছৰৰ কেন্দ্ৰীয় চৰকাৰে বাজেটত ৩৫০০ কোটি টকাৰ ধাৰ্য কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *