চমকপদ জয়েৰে ছেমিত প্ৰৱেশ আৰ্জেন্টিনাৰ

Share

আজি পুৱা অনুষ্ঠিত হোৱা কোপা আমেৰিকাৰ কোৱাটাৰ ফাইনেলত আৰ্জেন্টিনাই ইকুয়েডৰক প্ৰৰাস্ত কৰি ছেমিফাইনেলত প্ৰবেশ  কৰে  । বিশ্ব বিজয়ী আৰ্জেন্টিনাই জয়ৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়  ৷ যোৱা ২০২২ৰ ডিচেম্বৰত মাহত বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা আৰ্জেন্টিনাই নিজৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখে৷ তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ নেতৃত্বত দলটোয়ে উন্নত প্ৰদৰ্শন কৰি আহিছে । খেলৰ ৩৫ মিনিটতে ল মা্ৰ্টিনেজে গলৰে আৰ্জেন্টিনাই অগ্ৰগতি লাভ কৰিছিল ।  তথাপি অতিৰিক্ত সময়ত ইকুয়েডৰ কে. ৰডিগ্ৰেজে গল দি সমতা স্থাপন কৰে। তেনেস্থলত সময়ত খেলখন অমীমাংসিত হৈ থকাত খেলখনৰ ফলাফল পেনাল্টিশ্বুট আউটত নিদ্ধাৰন কৰা হয়।পেনাল্টিশ্বুট আউটত ত ৪-২ত আৰ্জেন্টিনাই জয়লাভ কৰে৷ আৰ্জেন্টিনাৰ গলৰক্ষক ইমিলিয়ানো মা্ৰ্টিনেজ হয় জয়ৰ নায়ক৷

Leave a Reply

Your email address will not be published. Required fields are marked *