এ পি এচ চি কেলেংকাৰীৰ নতুন মোৰ

Share

এ পি এচ চি কেলেংকাৰীয়ে লগ এৰা নাই ৰাজপত্ৰিত বিষয়াৰ। দুগৰাকী ৰাজপত্ৰিত বিষয়ালৈ ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ জাননী। ধনৰ বিনিময়ত চাকৰি কিনাৰ অভিযোগ দুয়োগৰাকী মহিলা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে।

বক্ৰ পথেৰে পদ লোৱাৰ অভিযোগ ভনীতা দাসৰ বিৰুদ্ধে।

একেই অভিযোগ আবকাৰী অধীক্ষক মানৱী দাসৰ বিৰুদ্ধেও।

জাননী প্ৰেৰণ কৰা হৈছে ডি এছ পি ভনীতা নাথ আৰু আবকাৰী আৰক্ষী অধীক্ষক মানবী দাসলৈ। ১৫ দিনৰ ভিতৰত হাজিৰ হব লাগিব এই দুগৰাকী বিষয়া আৰু হাজিৰ হৈ পতিয়ন নিয়াব লাগিব ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগক । অন্যথা বিপদত পৰিব পাৰে দুগৰাকী ৰাজপত্ৰিত বিষয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *