এপিএছচি ৰ নতুন নিয়ম,নিযুক্তি বিনিময়ত নামৰ বাধ্যতামূলক পজ্ঞীয়ন

Share

কেৱল এপিএছচিৰ অধীনত লোকসেৱাৰ বাবে যোগ্য স্থানীয় প্ৰাৰ্থীসকলে হে  নিযুক্তি বিনিময়ত তেওঁলোকৰ  নামৰ   বাধ্যতামূলক পজ্ঞীয়ন কৰিব  পাৰে। স্থানীয় নিযুক্তি বিনিময়ত তেঁওৰ নাম পজ্ঞীয়ন কৰিবলৈ এজন প্ৰাৰ্থীয়ে তেওঁৰ আধাৰ  কাৰ্ড প্ৰস্তুত কৰিব লাগিব যিয়ে তেওঁৰ পৰিচয় আৰু ঠিকনা বৰ্ণনা কৰে। এপিএছচিৰ নিয়মৰ  এনে ধাৰাৰ দ্বাৰা আন ৰাজ্যৰ পৰা অহা প্ৰাৰ্থীৰ বাবে আবেদন কৰাত বাধা দিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *