পুনৰ সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন APDCL ৰ

Share

নৱবৰ্ষৰ প্ৰথমতে সাধাৰণ জনতাৰ উপৰত APDCL ৰ পুনৰ ৰামটাঙোন।পুনৰ বৃদ্ধি কৰা হব বিদ্যুৎ মাচুল ।

প্ৰতি ইউনিট বিদ্যুৎ মাচুলত ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে APDCL য়ে ।জানিব পৰা মতে APDCL য়ে এই প্ৰস্তাৱ  প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আয়োগলৈ ।

এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহন কৰাৰ সম্ভৱনা আছে ।  উল্লেখ্য যে নিৰ্ভযোগ্য যোগান নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে APDCL য়ে ।

উল্লেখ্য যে পূৰ্বেও বৃদ্ধি কৰা হৈছিল বিদ্যুৎৰ মাচুল। APDCL য়ে গ্ৰাহকক উন্নত সেৱা প্ৰদান কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *