মৰিগাঁওত ভাৰতীয় ৰেল বিভাগৰ বিৰুদ্ধে ক্ষুভিত ৰাইজ  

Share

মৰিগাঁওত এটা ৰেল ক্ৰছিং গেটক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ  ৷  তিনিখনকৈ যাত্ৰীবাহী ৰেল অৱৰোধ কৰিলে স্থানীয় ৰাইজে  ৷ ভাৰতীয় ৰেল বিভাগে মৰিগাঁও জিলাৰ চানোৱাবড়ীত স্থাপন কৰা অস্থায়ী ৰেল ক্ৰছিং গেট খনৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে স্থানীয় ৰাইজ আৰু পথাচাৰী সকলে  ৷ জানিব পৰা মতে শুকুৰবাৰে অতি শীঘ্ৰে এখন স্থায়ী ক্ৰছিং গেট বা অভাৰ ব্ৰিজ নিৰ্মাণ কৰাৰ দাবী উ९থাপন কৰিছে স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় । 

Leave a Reply

Your email address will not be published. Required fields are marked *