১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ

Share

গুৱাহাটী,১৫ ফেব্ৰুৱাৰী:শণিবাৰে গুৱাহাটীৰ মাছখোৱাত বিজেপিৰ এখন সভাত অংশ গ্ৰহণ কৰি ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপেক্ষিতত ক’ভিড বিধি শিথিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই
শণিবাৰে গুৱাহাটীৰ মাছখোৱাত বিজেপিৰ এখন সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে
মঙলবাৰে পুৱা ৬ বজাৰ পৰা পৰা বিদ্যালয়সমূহত হ’ব সম্পূৰ্ণৰূপে পাঠদান লগতে প্ৰত্যাহাৰ কৰা হব নৈশ সান্ধ্য আইনো
আৰম্ভ হ’ব আকৌ স্বাভাৱিক জীৱন৷ মাস্ক, চেনিটাইজাৰ আৰু ভেকচিনৰ জৰিয়তে অব্যাহত থাকিব ক’ভিড বিৰোধী যুজঁ অৱশ্যে  ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
ৰাজহুৱা স্থানত যাবলৈ কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ থকাটোও বাধ্যতামূলক। 

Leave a Reply

Your email address will not be published. Required fields are marked *