আমেৰিকাৰ হেলথ এফেক্ট ইনষ্টিটিউটে চলেৱা তথ্য অনুসৰি বিশ্বৰ ১০ খন প্ৰদূষিত মহানগৰীৰ তালিকাত ভাৰত

Share

ডিজিটেল ডেস্কঃ ক্ৰমাৎ  বৃদ্ধ পাই আহিছে  দেশৰ পৰিৱেশ প্ৰদূষণ । তাৰ মাজতে আমেৰিকাৰ হেলথ এফেক্ট ইনষ্টিটিউটে চলেৱা সমীক্ষাত ওলাইছে এক ভয়ংকৰ তথ্য। তথ্য অনুসৰি বিশ্বৰ ১০ খন প্ৰদূষিত মহানগৰীৰ তালিকাত স্থান পাইছে ভাৰতৰ ৰাজধানী দিল্লী আৰু কলকাতা। লগতে বিশ্বৰ একাংশ মহানগৰীৰ সৈতে ব্যাপক হাৰত প্ৰদূষণ বৃদ্ধি পাইছে ভাৰতৰ। আনহাতে ৰাছিয়া, মস্কো আৰু চীন হৈছে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *