ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ

Share
১১ অক্টোবৰ / ANA নিউজ ডেস্কঃ দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম বাৰলৈ অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ। ১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি গৰাকী। অসমৰ বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ১৪ অক্টোবৰত দিল্লীলৈ উভতিব দেশৰ ৰাষ্ট্ৰপতি গৰাকী। দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দিয়া অসম ভ্ৰমণৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ ।

Leave a Reply

Your email address will not be published. Required fields are marked *