১৪ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ১৫ চেপ্তম্বৰত উদযাপন কৰা হ’ব শ্ৰী শ্ৰী মাধৱ দেৱৰ পৱিত্ৰ তিথি

Share

১৩ ছেপ্তেম্বৰ/ গুৱাহাটী/ANA নিউজ ডেস্কঃ যোৱা ১২ ছেপ্তেম্বৰত শ্ৰী শ্ৰী মাধৱ দেৱৰ তিথি উপলক্ষে ৰাজ্য চৰকাৰে জাৰি কৰিছে বিশেষ জাননী ৷ মাধৱ দেৱৰ পৱিত্ৰ তিথি ১৪ ছেপ্তম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্তম্বৰত উদযাপন কৰা হ’ব আৰু লগতে ৰাজ্যত সকলো চৰকাৰী-বেচৰকাৰী অফিছ-কাৰ্যালয় আৰু বিদ্যলয়সমূহ বন্ধ থাকিব বুলি জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন সত্ৰ সমূহৰ পৰা পোৱা আবেদনৰ ভিত্তিত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *