“মই কেৱল এজন গায়কক ছেল্যুট কৰো, আন কাকো জীৱনত ছেল্যুট নকৰো” জুবিন গাৰ্গ! কিন্তু কাক ছেল্যুট কৰে জুবিনে

Share

ডিজিটেল ডেস্কঃ তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ ছাত্ৰাবাসৰ সোণালী জয়ন্তী। এই সোণালী জয়ন্তীৰ অন্তিমটো দিনত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। বিশ্ববিদ্যালয়ৰ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত জুবিনে গালে ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত। নাহৰৰ দেশত জুবিনৰ মনজুৰা গীতৰ লহৰ। জুবিনৰ সংগীতানুষ্ঠানে মুহিলে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক।

এই সংগীতানুষ্ঠানৰ আৰম্ভণিতে জুবিনে সদ্যপ্ৰয়াত প্ৰখ্যাত কণ্ঠশিল্পী কেকে ক স্মৰণ কৰে। জুবিন গাৰ্গে কয় যে ” মই ছেল্যুট কৰা গায়ক অকল কেকে আছিল। আন কাকো জীৱনত ছেল্যুট নকৰো ।

Leave a Reply

Your email address will not be published. Required fields are marked *