ভয়ংকৰ বিমান দুৰ্ঘটনা, মাজ আকাশতে দুখন বিমানৰ মুখামুখি সংঘৰ্ষ

Share
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনা। মাজ আকাশতে দুখন বিমানৰ মুখামুখি সংঘৰ্ষ ।আমেৰিকা যুক্তৰাষ্ট্ৰ কেলিফৰ্ণিয়া বিমানবন্দৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ ফলত বহু লোকৰ মৃত্যু হয়।ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ মতে দুৰ্ঘটনাটোৰ বহু লোকে মৃত্যুৰ খবৰ পোৱা গৈছে। 
উত্তৰ কেলিফ’ৰ্ণিয়াৰ ৱাটছনভিল বিমানবন্দৰত বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ বজাত এই বিমান দুৰ্ঘটনাটো সংঘটিত হয়।

ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ মতে দুৰ্ঘটনাটোৰ বহু লোকে মৃত্যুৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাটোৰ সময়ত এখন বিমানত দুজন আৰু এখন বিমানত কেৱল এজন পাইলট আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *