ভাৰতত হ্ৰাস পালে নৱজাতক শিশুৰ মৃত্যুৰ হাৰ

Share

নিউজ ডেস্কঃ ভাৰতত হ্ৰাস পালে নৱজাতক শিশুৰ মৃত্যুৰ সংখ্যা। এই কথা সদৰি কৰে কেন্দ্ৰ চৰকাৰে। ১৬ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী ডাঃ ভাৰতী পাৰৱিন পাৱাৰে অনুষ্ঠিত হোৱা ‘প্ৰাক-শৈশৱ উন্নয়ন কনক্লেভ’ত জনায় এই কথা। উল্লেখ্য যে, ২০১৪ চনত ১০০০ টা শিশুৰ ভিতৰত ৪৫ টা শিশুই মৃত্যুবৰণ কৰিছিল।

কিন্তু,তাৰ বিপৰীতে বৰ্তমান সময়ত ২০১৯ ৰ ভিতৰত মাত্ৰ ৩৫ টা শিশুলৈ হ্ৰাস হোৱা পৰিলক্ষিত হয়। লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে,ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ জৰিয়তে পাঁচবছৰ বয়সৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *