দেশবাসীলৈ সুখবৰ ! ৭৫০ টকাতে লাভ কৰিব পাৰিব চিলিণ্ডাৰ

Share

নিউজ ডেস্ক, ১১ আগষ্টঃ   দেশবাসীলৈ এটা ভাল খবৰ; কিয়নো কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে আগবঢ়াইছে এক বৃহৎ উপহাৰ। ১০ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। ৩৭৭.৫০ টকা ৰাহি হ’ব প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত । মাত্ৰ ৭৫০ টকাতে লাভ কৰিব পাৰিব চিলিণ্ডাৰ । গৃহিনীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এই বিশেষ উপহাৰ। ৰাখি বন্ধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ এই উপহাৰ।

বৰ্তমান বজাৰত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য প্ৰায় ১০০০ টকা। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৰেহাই আগবঢ়োৱা হৈছে ৩৬ টকাকৈ। মূল্যবৃদ্ধিৰ প্ৰতিবাদৰ সময়তে এইয়া দেশবাসীৰ বাবে এক সুখবৰ কিয়নো এতিয়া ৰন্ধন গেছৰ মূল্য হ্ৰাস হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *