নিউজ ডেস্ক, ২২ জুলাইঃ মহানগৰীত আজি নচলে চিটি বাছসমুহ। অসম ৰাজ্যৰ পৰিবহন বিভাগৰ মইমতালিৰ বাবে আজি গুৱাহাটীৰ একাংশ পথত চিটি বাছসমূহ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যাত্ৰী কঢ়িয়াই ফুৰা মহানগৰীৰ চিটি বাছসমূহৰ বাবে নাই কোনোধৰণৰ নিৰ্ধাৰিত বাছ ষ্টপেজ।
আগৰ বাছ ষ্টপেজ সমূহত ভিন্ন ধৰণৰ সৰু বাহন পাৰ্কিং কৰে যাৰ বাবে ফলত বাছ ষ্টপেজৰ আশে-পাশে বাছসমূহ ৰখাৱলগীয়া হয় । তেনে ক্ষেত্ৰত, যান-বাহন আৰক্ষীয়ে বৃহৎ পৰিমানৰ জৰিমনাৰ জৰিমনা বিহে। বিভাগৰ এনে কাৰ্যৰ বাবেই আজি বাছ সমূহ বন্ধ সমূহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে, মহানগৰীৰ বশিষ্টত চিটিবাছ চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।