ইডি কাৰ্যালয়ত ছোনিয়া গান্ধীক জেৰা,দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

Share

ডিজিটেল ডেস্কঃধনৰ কেলেংকাৰীৰ গোচৰত ছোনীয়া গান্ধীক ই সোধা-পোচাৰ বাবে ইডি কাৰ্যালয়ত  উপস্থিত হোৱাৰ নিৰ্দেশনা জাৰি কৰিছিল ইডিয়ে।ইয়াৰ পূৰ্বেও ছোনীয়া গান্ধীক  সোধা-পোচাৰ বাবে ইডিয়ে চমন জাৰি কৰিছিল যদিও ছোনীয়া গান্ধী কোভিডত আক্ৰান্ত হোৱাৰ বাবে ইডি কাৰ্যালয়ত উপস্থিত হব পৰা নাছিল।কিন্তু আজি ইডি কিৰ্যালয়ত সোধা-পোচা অব্যাহত আছে কংগ্ৰেছ নেত্ৰীগৰাকীৰ।কংগ্ৰেছ নেত্ৰীগৰাকীক ইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ চমন জাৰি কৰাৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জীতীয় কংগ্ৰেছ দলে।লগতে গুৱাহাটীৰ  ৰাজীৱ ভৱনৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কংগ্ৰেছ নেতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *