হাতীগাওঁ থানাত জেৰা অব্যাহত আচাৰ্য পংকজ পাঠকক, কিছু সময় পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব স্বয়ম্ভু আচাৰ্যক

Share
গুৱাহাটীঃ বুধবাৰে নিশা বৰপেটা জিলাৰ হাউলী সমীপৰ কালাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পংকজ পাঠকক। আজি হাতীগাওঁ থানাত জেৰা অব্যাহত আছে আচাৰ্য পংকজ পাঠকক। কিছু সময় পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব স্বয়ম্ভু আচাৰ্যক ।
কিছু সময় পিছত হাতীগাওঁ থানাত উপস্থিত হ’ ব আৰক্ষীৰ শীৰ্ষ বিষয়া। পংকজ পাঠকক অধিক জেৰা চলোৱা সম্ভাৱনা।
যিহেতু পংকজ পাঠকে সামাজিক মাধ্যমত অশ্লীল ব্যৱহাৰ কৰিছিল সেই তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। জানিব পৰা মতে গ্ৰেপ্তাৰ আগত কালাঝাৰৰ এজন লোকৰ ঘৰত তেওঁ আত্মগোপন কৰি আছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *