মঙলদৈত ভয়ংকৰ  অগ্নিকাণ্ড, কথমপি প্ৰান ৰক্ষা এটা পৰিয়ালৰ

Share
মঙলদৈ ১৫ ফেব্ৰুৱাৰী :সোমবাৰে পুৱতি নিশা মঙলদৈৰ সৰু থেকেৰাবাৰীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। সৰু থেকেৰাবাৰীৰ নেজা আলি নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড৷ নিশা শুই থকা অৱস্থাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত কথমপি ৰক্ষা পৰে পৰিয়ালৰ লোক সকল। অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই।
অৱশ্যে মঙলদৈৰ অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰিব সক্ষম হয়, যদিও  পৰিয়ালৰ সকলো সা-সম্পত্তি জুইত জাহ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *