অসমত পুনৰ ৬জনে হেৰুৱাইছে প্ৰাণ, ৩১৫ জন ক’ভিড পজিটিভ…..

Share
গুৱাহাটী, ১০ ফেব্ৰুৱাৰী:ৰাজ্যত বৰ্তমান সময়ত পজিটিভিটী হাৰ ০.৯৮ শতাংশ। আনহাতে অসমত পুনৰ ৩১৫জন কভিড পজিটিভ।ৰাজ্যত বুধবাৰৰ ক’ৰণাত আক্ৰান্ত ৬জন লোকে হেৰুৱাই প্ৰাণ।ইফালে, বুধবাৰৰ দিনটোত সুস্থ হয় ১৫৩৯জন লোক ৷উক্ত দিনটোত ৰাজ্যত ক’ৰণাত আক্ৰান্ত ৬জন লোকে প্ৰাণ হেৰুৱাই।ৰাজ্যত এতিয়াও ক’ৰণাত আক্ৰান্ত হৈ ৫০৩৫জন ৰোগী চিকিৎসাধীন হৈ আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *