৩৫ বছৰীয়া যুৱকৰ কামনাৰ বলি হ’ল কাছাৰৰ এগৰাকী বিশেষভাবে সক্ষম ছোৱালী 

Share
গুৱাহাটী, ২২ নবেম্বৰ:  এগৰাকী ১৫ বছৰীয়া বিশেষভাবে সক্ষম ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত অসমৰ কাছাৰ জিলাত এজন ৩৫ বছৰীয়া যুৱকক কৰা হৈছে আটক।ঘৰত কোনো নথকাৰ সুযোগ লৈ শুক্ৰবাৰে অভিযুক্তই এই ঘটনাটো সংঘটিত কৰিছিল।
ছোৱালীজনীৰ দেউতাকে দাখিল কৰা অভিযোগৰ ভিত্তিত উক্ত অভিযুক্তজনক আটক কৰা হৈছিল।অভিযোগ অনুসৰি মাক আৰু দেউতাক দুয়ো কাম কৰিব যোৱাৰ সময়ত সুযোগ বুজি অভিযুক্ত জনে এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিছিল।ভুক্তভোগীজনক চিকিৎসাৰ বাবে শনিবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল।আদালতৰ নিৰ্দেশ অনুসৰি অভিযুক্তজনক ইতিধ্যেই শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *