ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

Share

বন্দনা হাজৰিকা , অক্টোবৰ ৭ঃ কেন্দ্ৰীয় চৰকাৰে কালি এল পি জি গেছৰ মূল্য বৃদ্ধি কৰাৰ পিছত ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।আজি ৰাজ্যৰ কেইবাখনো জিলাত পেট্ৰ’লৰ দাম ১০০ টকালৈ বৃদ্ধি হৈছে।ধাৰাবাহিকভাৱে্ পেট্ৰ’লৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক।পেট্ৰ’লৰ দাম বৃদ্ধি পোৱা জিলাকেইখন হৈছে- ধেমাজি,লখিমপুৰ,বিশ্বনাথ,নগাঁও ,পশ্চিম কাৰ্বি আংলং,ডিমা হাচাও,ওদালগুৰি,কৰিমগঞ্জ আৰু শিৱসাগৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *