দিল্লীত প্ৰতিবাদী কৃষকৰ পথ অৱৰোধ সন্দৰ্ভত প্ৰতিক্ৰিয়া উচ্চতম ন্যায়্যালয়ৰঃ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰক

Share

বন্দনা হাজৰিকা , অক্টোবৰ ১ঃ কেন্দ্ৰীয় চৰকাৰৰ বিৰ্তকিত তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত প্ৰতিবাদী কৃষকসকলে পথ অৱৰোধ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়্যালয়ে । বৃহস্পতিবাৰে ন্যায়্যাধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বাধীন বিচাৰপীঠে প্ৰতিবাদী কৃষকে পথ অৱৰোধ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি কেন্দ্ৰক পথ মুকলিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে কেন্দ্ৰীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক এই বিষয়টোক লৈ সমালোচনা কৰে বিচাৰপীঠে। 

Leave a Reply

Your email address will not be published. Required fields are marked *