আজিৰ পৰা আৰম্ভ হৈছে নৱম , একাদশ আৰু স্নাতক মহলাৰ পাঠদান

Share

বন্দনা হাজৰিকা , অক্টোবৰ ১ঃ কভিডৰ ভয়াৱহতাৰ বাবে যোৱা কেইবামাহো ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পিছত আজিৰ পৰা পুনৰ পাঠদান আৰম্ভ হৈছে ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত । ৰাজ্যৰ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি আজিৰ পৰা আৰম্ভ হৈছে নৱম, একাদশৰ লগতে স্নাতক মহলাৰ পাঠদান। ইয়াৰ পূৰ্বে এই শ্ৰেণীসমূহৰ অনলাইন মাধ্যমত পাঠদান চলি আছিল যদিও শিক্ষা বিভাগৰ নিৰ্দেশনাত আজিৰ পৰা অফলাইন মাধ্যমত পাঠ্যগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *