আজি ড° মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত উৰণীয়াসেতুৰ এক আধাৰশিলা স্থাপন

Share
ডিম্পুমণি হীৰা,১ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত আজি SOPD(G) ২০১৯-২০ আঁচনি অধীনত ৯৮৩ মিটাৰ দৈৰ্ঘ্যৰ  এক উৰণীয়াসেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।এই উৰণীয়াসেতুখন ডিব্ৰুগড়ৰৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিব।মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মধ্যমৰ আগত প্ৰকাশ কৰে যে, এই উৰণীয়া সেতুখনৰ বাবে ৪৯.২১কোটি টকা ব্যয় হব। উৰণীয়া সেতুখন সম্পূৰ্ণ কৰোতে প্ৰায় আঢ়ৈ বছৰ সময় লাগিব।
    মুখ্যমন্ত্ৰী গৰাকীৰ এই কাৰ্যত তেওঁ লগত সংগ দিয়ে ডিব্ৰুগড় সংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, কেবিনেট মন্ত্ৰী বিমল বৰা লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *