ফেচবুক পেজ আৰু ৱেৱ পৰ্টেল সম্পৰ্কত বিশেষ ব্যৱস্থা: মন্ত্ৰী পিয়ূষ হাজৰিকা

Share
তৃষ্ণা দাস , ৩০ ছেপ্টেম্বৰ: ফেচবুক পেজ আৰু ৱেৱ পৰ্টেল সম্পৰ্কত শীঘ্ৰেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব- মন্তব্য কৰে মন্ত্ৰী পিয়ূষ হাজৰিকা। সদৌ অসম সাংবাদিক সন্থাৰ এটা দলে মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ সাংবাদিকৰ কল্যাণৰ হকে পদক্ষেপ গ্ৰহণ কৰা হ’ব। একাংশ সাংবাদিকৰ কিছু কৰ্ম কাণ্ডই সাংবাদিক সকলক অস্তিত্বত পেলাইছে বুলি মন্তব্য কৰে।
অসমৰ সাংবাদিক সকলৰ জীৱন-জীৱিকাৰ নিশ্চিত নিৰাপত্তা সন্দৰ্ভত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগত আলোচনাৰ লগতে সাংবাদিকৰ পেন্সন বিশেষ সাহায্য আৰু ‘এক্ৰিডিটেচন কৰ্ড’ সম্পৰ্কত আলোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *