শিলচৰ-ডিব্ৰুগড়ৰ মাজত বাতিল ৰে’ল সেৱা

Share

পল্লৱী গগৈ

২৩ চেপ্তেম্বৰ ,গুৱাহাটীঃ ডিব্ৰুগড় আৰু শিলচৰৰ মাজত সম্পূৰ্ণভাৱে বন্ধ হ’ব ৰে’লসেৱা। ০৫৯৪৩/ ০৫৯৪৪ এক্সপ্ৰেছ স্পেচিয়েল ট্ৰেইনখন স্থায়ীভাৱে বন্ধ কৰা হৈছে। ইয়াৰ সলনি আৰম্ভ হ’ব নতুন ৰেল সেৱা। ০৫৬৪১/০৫৬৪২ শিলচৰ- নিউ তিনিচুকীয়ালৈ ইতিমধ্যে ৰেলৰ চলাচল আৰম্ভ কৰা হৈছে।উত্তৰ-পূৱ সীমান্ত ৰে’লৱে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ জাননী।

Leave a Reply

Your email address will not be published. Required fields are marked *