মুনিন্দ্ৰ কুমাৰ মজুমদালৈ Excellence in Teaching & School leadership সন্মান

Share

লোনো সন্দিকৈ ২২ ছেপ্তম্বৰঃ  গুৱাহাটী ৰ মাৰীয়া পাব্লিক স্কুল ৰ গণিত বিভাগৰ শিক্ষক মুনিন্দ্ৰ কুমাৰ মজুমদাৰে CBSE 2020-2021 বৰ্ষৰ Excellence in Teaching & School leadership সন্মান ৰে সন্মানিত হবলৈ সক্ষম হৈছে।

 এই সফলতা ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে তেখেতলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *