ভাৰতীয় বায়ুসেনাৰ পৰৰ্ৱতী মুৰব্বী হিচাপে এয়াৰ মাৰ্শ্বাল ভি চৌধুৰীক নিযুক্তি

Share

বন্দনা হাজৰিকা চেপ্তেম্বৰ২২ঃ ভাৰতীয় বায়ুসেনাৰ মুৰব্বী হিচাপে এয়াৰ মাৰ্শ্বাল ভি চৌধুৰীক নিয়ুক্তি দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে । যোৱাকালি প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভি চৌধুৰীক নিযুক্তি প্ৰদান কৰিছে । উল্লেখ্য যে এয়াৰ চীফ মাৰ্শ্বাল ভাডাউৰিয়াই ভাৰতীয় বায়ুসেনাৰ মুৰব্বী হিচাপে ৩০ চেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ পিছতেই এয়াৰ মাৰ্শ্বাল ভি চৌধুৰীক দায়িত্ব অৰ্পণ কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *