জালুকবাৰিত আৰম্ভ হব আজিৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

Share

ইউনুছ আলী ২২ ছেপ্তম্বৰঃ বুধবাৰ অৰ্থাৎ  আজিৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যানিৰ্বাহক সভা আৰম্ভ হব। এই সভাত অংশগ্ৰহ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই সভাখন অনুষ্ঠিত হব উত্তৰ গুৱাহাটীৰ লোকনিৰ্মান বিভাগৰ অতিথিশালাত। আৰু এই সভাত অংশগ্ৰহণ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হব এই সভা।

Leave a Reply

Your email address will not be published. Required fields are marked *