সদ্য সমাপ্ত দিল্লীৰ বিধান সভাৰ নিৰ্বাচনৰ পিছতেই সমগ্ৰ দেশতে চৰ্চা লভিছে বিৰোধী ঐক্য়ৰ বিষয়টোৱে ,তাৰ কোনো ব্যতিক্ৰম নহয় অসম যাৰ বাবে ২০২৬ৰ নিৰ্বাচনৰ পুৰ্বে ৰাজ্য়ৰ বিৰোধী দলক একত্ৰিত হৈ বিজেপিৰ বিৰোধে ককালত তঙালি বান্ধি সাজু হোৱাৰ সময় সমাগত যাৰ বাবে যোৱা ১মাৰ্চ তাৰিখে ৰাজ্যৰ কেইবাজনো বিশিষ্ঠ চিন্তাবিদৰ আহ্বান মৰ্মে সোনাপুৰৰ এখন ৰিজৰ্টত ৰাজ্য়ৰ বিৰোধী দল সমূহ বৈঠকত মিলিত হয় কিন্তু সেই বৈঠকৰ পৰা ক্ষুদ্ধ হয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বৈঠকৰ গৃহৰ পৰা ওলাই আহে তাৰ পিছতেই বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক ক্ষুধদ্বাৰ সমালোচনা কৰে তাৰ পিছতেই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে,তাৰ ঠিক পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সামাজিক মাধ্য়মত কবিগুৰু ৰবিন্দ্ৰ নাথ ঠাকুৰৰ একেলা চলো ৰে গীতৰ কলি ছেয়াৰ কৰে, তাৰ পিছতেই ষ্পষ্ট হৈ পৰে ৰাজ্য়ৰ বিৰোধীৰ ঐক্য়ৰ প্ৰকৃত ছবিখন সমান্তৰাল কৈ চৰ্চিত হৈছে সচাই কংগ্ৰেছে একেলা চলো নীতি গ্ৰহন কৰিব নেকি?