শুক্ৰবাৰৰ পৰা দেশত আৰাম্ভ হ’ল পিকে এল ছিজেন ১১

Share

শুক্ৰবাৰৰ পৰা দেশত আৰাম্ভ হল বহু চৰ্চিত প্ৰ’ কাবাডি লীগ প্ৰায় ১২টা দলে অংশ লব লগিয়া লীগ খনত প্ৰতিতো দলে ২২ খনকৈ খেল খেলিব পাৰিব তাৰকাৰে সমৃদ্ধ লীগ খনত দৰ্শকৰ বিশেষ সমাদৰ দেখা পোৱা গৈছে ।শুক্ৰবাৰে অনুষ্ঠিত হোৱা খেলত টেলেগু টাইটেনছে পৰাস্ত কৰিলে বাংগালুৰু বুল্চক, যোৱাতো বৰ্ষত নিৰাষাৰ মুখ দেখা টেলেগু টাইটেনছৰ এই বিজয়ে নিসন্দেহে দলটোৰ আত্মবিস্বাস বৃদ্ধি কৰিব উল্লেখ্য যে টাইটেনছৰ তাৰকা খেলুৱৈ পৱন শ্বেৰাৱতে ছুপাৰ ১০ অৰ্জন কৰে। ইফালে আনখন খেলত দিল্লীৰ হাতত প্ৰৰাস্ত  হব লগা হল ছিজেন ২ৰ চেম্পিয়ন ইউ মুম্বা দিল্লীৰ শক্তিশালী ৰেডিংৰ সন্মখত দিশহাৰা হৈ পৰে মুম্বা।

Leave a Reply

Your email address will not be published. Required fields are marked *