জিএছ টি পৰিষদৰ সিদ্ধান্ত শীঘ্ৰে হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য

Share

দেশবাসীৰ বাবে এক সুখবৰ ৷ ৯ ছেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হয় জি.এছ.টি পৰিষদৰ ৫৪ সংখ্যক বৈঠক ৷ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অতি শীঘ্ৰে হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য ৷ ১২ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য ৷ এই কথা সামাজিক মাধ্যমত সদৰি কৰিলেে কেন্দ্ৰীয় বৃত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে ৷ বৰ্তমান  দেশত দিনে দিনে বৃদ্ধি হৈ আছে কৰ্কট ৰোগীৰ সংখ্যা ৷ সেয়েহে কৰ্কট ৰোগীৰ যাতে চিকি९সা সুলভ মূল্যত কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কেন্দ্ৰীয় বৃত্তমন্ত্ৰীগৰাকীৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *