হিন্দু শৰণাৰ্থীক প্ৰদান নাগৰিকত্ব

Share
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত ১৮৮ গৰাকী হিন্দু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰে। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এই সকল পাকিস্তানী হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰা হয়। 
নাগৰিকত্ব প্ৰদান অনুষ্ঠানত গৃহমন্ত্ৰীৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল উপস্থিত থাকে। উল্লেখযোগ্য যে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ এই সকল লোক ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *