৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উৰিল আলফা স্বাধীনৰ পতাকা

Share

ৰাজ্যত পুনৰ উৰিল আলফা স্বাধীনৰ পতাকা। কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিত এইবাৰ উৰিল সংযুক্ত মুক্তিবাহিনী , অসম (স্বাধীন)ৰ পতাকা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত উৰিল আলফা (স্বা:)ৰ পতাকা। পতাকাখনকলৈ কমলপুৰ – বাইহাটাত এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে। পতাকাখন কোনে উৰুৱালে সেই সন্দৰ্ভত এতিয়ালৈ জানিব পৰা হোৱা নাই। এই ঘটনাকলৈ এতিয়া কমলপুৰ আৰু বাইহাটাত চাঞ্চল্য অৱ্যাহত আছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *