চৰকাৰী কৰ্মচাৰীক ৰাজ্যচৰকাৰে  প্ৰদান কৰিব  চিকিৎসাৰ বাবে সাহাৰ্য

Share

ৰাজ্য় চৰকাৰৰ নতুন নিৰ্দেশনা।২০২৪ নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ বিশেষ ঘোষণা।চৰকাৰী কৰ্মচাৰীক ৰাজ্যচৰকাৰে  প্ৰদান কৰিব  চিকিৎসাৰ বাবে সাহাৰ্য।শিক্ষক কৰ্মচাৰীৰ লগতে চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়েও লাভ কৰিব চিকিৎসাৰ বাবে মূল্য। সামাহীন ভাৱে চৰকাৰী কৰ্মচাৰীক চৰকাৰে দিব চিকিৎসাৰ সাহাৰ্য।এই ক্ষেত্ৰত চৰকাৰী পেঞ্চনাৰ সকলকো দিয়া হব চিকিৎসাৰ বাবে সাহাৰ্য।অসম লোকসেৱা আৰোগ্য যোজনাৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে লাভ কৰিব এই সুবিধা। এই আচঁনিৰ সুবিধা লবলৈ প্ৰথমে কৰিব লাগিব পঞ্জীয়ণ। চাকৰি কৰা বিভাগসমুহতে জানিব কৰ্মচাৰী সকলে পঞ্জীয়ণৰ সবিশেষ। সকলো চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব চিকিৎসাৰ বাবে সাহাৰ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *