IMCMSৰ দ্বিতীয় বৰ্ষপূতি উপলক্ষে পদ-পথত খাদ্য বিতৰন

Share

২০২১ চনৰ ৪ জানুৱাৰীত জন্ম গ্ৰহন কৰা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোত্তম সাংবাদিকতাৰ শিক্ষানুস্থান INSTITUE OF MASS COMMINICATION & MEDIA STUDIES, GUWAHATI ৰ এইবেলি দ্বিতীয় বৰ্ষপূতি উদযাপন কৰা হয় । ৪ জানুৱাৰীত গুৱাহাটিৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিকতাৰ  কৰ্মশালা, দিক্ষান্ত সমাৰোহ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

  এই বৰ্ষপূতি উপলক্ষে নিশাৰ ভাগত শিক্ষানুষ্ঠানখনৰ মুখ্য সঞ্চালক, শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে পদপথৰ ব্যক্তিসকলৰ মাজত খাদ্য বিতৰণ কৰে ৷ প্ৰথমে শুক্লেশ্বৰ ঘাট তাৰ পিছত গুৱাহাটী ৰেলৱেস্থেচনৰ লগতে কেইবাটাও ঠাইত প্ৰায় ৭০ ৰ জনতকৈ অধিক  লোকক খাদ্য বিতৰন কৰে ৷ খাদ্য বিতৰণ কৰি INSTITUE OF MASS COMMINICATION MEDIA STUDIES ৰ পৰিচালক সঞ্চালক মুন তালুকদাৰে সকলো লোককে এনেকুৱা মহৎ কামসমূহ কৰি যাবলৈ অনুৰোধ জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *