প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ শেষ নিশ্বাস ত্যাগ কৰে

Share

মাতৃহাৰা হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আহমেদাবাদৰ UN  হাস্পাতালত শুক্ৰবাৰে পোৱা শেষ নিশ্বাস ত্যগ কৰ হীৰাবেন মোদীয়ে।

১০০ বছৰ বয়সত মৃত্যু হীৰাবেন মোদীৰ ।যোৱা ২৮ তাৰিখত UN হাস্পাতালত ভৰ্তী কৰোৱা হৈছিল হীৰাবেন মোদীক।আৰু হাস্পাতালত চিকিৎসাধীন হৈ থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোদীয়ে।বুধবাৰে হীৰাবেন মোদীক  চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছিল ।

শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হীৰাবেন মোদী।কিন্তু অৱশেষত নিয়তীৰ ওচৰত হাৰ মানিলে হীৰাবেন মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ মাতৃৰ মৃত্যুত অজস্ৰজনৰ শোক প্ৰকাশ কৰে ।অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ হাতেৰে শেষ বিদায় দিলে মাতৃক। 

Leave a Reply

Your email address will not be published. Required fields are marked *