কুঁৱলীৰ চাদৰে মেৰিয়াইছে গুৱাহাটীৰ আকাশ

Share

শীতৰ সমান্তৰালকৈ বৃদ্ধি পাইছে কুঁৱলীৰ প্ৰকোপ । যোৱা দুটা দিনত সমগ্ৰ  দিনজুৰি ডাঠ কুঁৱলী দেখা গল গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ কাষৰীয়া অঞ্চলবোৰ । ডাঠ কুঁৱলীৰ ফলস্বৰূপে যান-বাহন চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজে ।

  সমগ্র দেশৰ লগতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীতো শীতৰ প্ৰকোপ । আগন্তুক কেইটামান দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শীতৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে ।

Leave a Reply

Your email address will not be published. Required fields are marked *