সামাজিক প্ৰগতিৰ শোচনীয় প্ৰদৰ্শন অসমৰ দেশৰ প্ৰধানমন্ত্ৰীৰ অথনৈতিক পৰামৰ্শ দাতাক দিয়া প্ৰতিবেদনত প্ৰকাশ পালে ভয়ংকৰ তথ্য। ৰাজ্যবাসীক কেৱল উদযাপন কৰি অহা ৰাজ্য চৰকাৰৰ সকলো দাবীক নেওচি প্ৰকাশ পালে এই তথ্য়। এই তথ্য় অনুযায়ী সামাজিক প্ৰগতিৰ দিশত অসম দেশৰ পাচ খন ৰাজ্য়ৰ ভিতৰত এখন ৰূপে অসমক ৰাজ্য়বাসীক ওচৰত বন্দী কৰি থোৱাৰ সময়তেই সামাজিক প্ৰগতিৰ সচীত প্ৰতিফলিত হল ৰাজ্য়খনৰ এই দুৰ্দশা, অসমৰ পিচত আছে কেৱল বিহাৰ আৰু ঝাৰখণ্ড। এই দুখন ৰাজ্যৰ ওপৰত আছে বিজেপি শাসনাধিষ্ঠ অসম। দেশৰ সামাজিক প্ৰগতিক ৰাজ্যিক বিশ্লেষণ কৰাৰ এক মাধ্যম। সামাজিক প্ৰগতিৰ অতি গুৰুত্বপূৰ্ণ তিনিটা দিশত বাৰটা উপাদানেৰে আধাৰত সাামাজিক প্ৰগতিত বিশ্লেষণ কৰে। এই তিনিটা দিশ হৈছে মানুহৰ মৌলিক প্ৰয়োজনীয়তা, কল্যাণৰ অৰ্থে গঢ় দিয়াৰ ভেটি আৰু সুযোগ।