আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ

Share

নিউজ ডেস্ক,৩১ অক্টোবৰঃ ৩১ অক্টোবৰ অৰ্থাৎ আজি CAA সন্দৰ্ভত দাখিল কৰা ২৩২খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৩জনীয়া বিচাৰপীঠে।অসম সন্মিলিত মহাসংঘ, AJYCPকে ধৰি দল-সংগঠনে জনাইছিল আবেদন লগতে শুনানিৰ সময়ত উপস্থিত থাকিব দল-সংগঠনৰ নেতৃবৃন্দ। মুখ্য ন্যায়াধীশ উদয় ললিতৰ আদালতত হব শুনানি ।

ইতিমধ্যে দিল্লীত উপস্থিত হৈছে AJYCPৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাঃ সম্পাদক পলাশ চাংমাই। 

Leave a Reply

Your email address will not be published. Required fields are marked *