কলিয়াবৰৰ হাটবৰত বিবাহিত মহিলা সন্ধানহীন! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

Share
নিউজ ডেস্ক, কলিয়াবৰ হাটবৰৰ শাকমুঠি গাঁৱৰ জোনমনি বৰাৰ পত্নী ফুনু বৰা শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ। ঘৰৰ গৰাকীয়ে জনোৱা মতে  শুক্ৰবাৰৰ আবেলি কিছু কামৰ বাবে ওলাই গৈ আজিলৈকে ঘৰ উভতি নহাত ঘৰৰ গৰাকী চিন্তিত হৈছে।
জোনবনি বৰাই জানিবলৈ দিয়া মতে, এই নিৰুদ্দেশ ৰ ভিত্তিত জখলাবন্ধা আৰক্ষীক এখন এজাহাৰ দিয়াৰ কথা অৱগত কৰিছে। কোনো সদাশয় লোকে ফুনু বৰাক দেখিলে বা সন্ধান লাভ কৰিলে  ৬০০৩৯৪১১০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *