৭০ টাকৈ সংগঠন আতৰি গ’ল কেনেকৈ হ’ল ৰাইজৰ দল, BJP ৰ সভাপতি ভৱেশ কলিতাঃ

Share

সুস্মিতা বৰা, ২৯ ছেপ্টেম্বৰ: ৰাইজৰ দলৰ‌ পৰা ৭০ টাকৈ সংগঠন‌ আতৰি গ’ল, তাৰ পাছতো‌ ৰাইজৰ দল কেনেকৈ হ’ল বুলি প্ৰশ্ন উপস্থাপন কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ৰঙিয়াৰ‌ এখন সভাত অংশগ্ৰহন কৰি ৰাইজৰ দলক তীব্ৰ কটাক্ষ বিজেপিৰ সভাপতি গৰাকীৰ। অখিল গগৈক আৰু ৰাইজৰ দলক লৈ হাজৰটা প্ৰশ্ন উপস্থাপন কৰিলে ভৱেশ কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *