শীঘ্ৰেই নিযুক্তি দিয়া হ’ব ২২ হাজাৰ  অসম চৰকাৰী বিদ্যালয়ৰ শিক্ষকক

Share
গুৱাহাটী, ৬জানুৱাৰীঃ  অসম চৰকাৰে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত চৰকাৰী  বিদ্যালয়সমূহত ২২,০০০ শিক্ষক নিযুক্তি দিব বুলি মঙ্গলবাৰে মন্তব্য প্ৰকাশ কৰে অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে ।
তেওঁ জনাই যে ২০২২চনত ২২,০০০ শিক্ষকক চাকৰি প্ৰদান কৰিব ।৪জানুৱাৰীত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে সাংবাদিকৰ আগত এই খবৰ প্ৰদান কৰে। ৩১ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ’ব এই নিযুক্তি প্ৰক্ৰিয়া । লগতে মন্ত্ৰী গৰাকীয়ে জনাই যে পাৰ্চীসকলৰ নথী – পত্ৰৰ কাম আৰম্ভ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *