গুৱাহাটীৰ আই আই টিৰ ২১ গৰাকী গৱেষকৰ নাম উজলিছে বিশ্বৰ ৰ্দবাৰত

Share

গুৱাহাটীৰ ২১ গৰাকী গৱেষক আৰু শিক্ষকে স্থান লাভ কৰিছে আমেৰিকাৰ ষ্টেনৰ্ফড ইউনিৰ্ভাছিটিয়ে প্ৰস্তুত কৰা বিশ্বৰ ২% বিজ্ঞানীৰ তালিকাত । ১ চেপ্তেম্বৰলৈকে পোৱা সকলো বিৱৰণ আৰু গৱেষনাৰ ভিত্তিত অধ্যাপক ড৹ টি.জি. সীতাৰাম লগতে আন ২০ জন শিক্ষক আৰু গৱেষক সকলক গৱেষনা পত্ৰৰ কাৰণে স্বীকৃতি দিয়া হৈছে । ২২ টা বৈজ্ঞানীক ক্ষেত্ৰ আৰু ১৭৬ টা উপ-ক্ষেত্ৰত ভাগ কৰিছে বৈজ্ঞানীক সকলক । শীৰ্ষ ১ লাখ বিজ্ঞানীৰ মাজৰ পৰা ষ্টেনৰ্ফড ইউনিৰ্ভাছিয়ে এই তালিকা প্ৰস্তুত কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *