ঝাড়খণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন অসমত

Share

ঝাড়খণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনক কামাখ্যা ধাম দৰ্শনৰ বাবে আমন্ত্ৰণ জনালে  ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চম্পাই ছোৰেনে বিজেপি লৈ গমনৰ পাচতেই হিমন্ত বিশ্ব শৰ্মাই ঝাড়খণ্ড লৈ গৈ শুভেচ্ছা জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক আৰু অসমলৈ আমন্ত্ৰণ জনাই । শৰ্মাৰ আমন্ত্ৰণ ৰক্ষা কৰি কালি সপৰিয়ালে অসমত পদাৰ্পণ কৰে চম্পাই ছোৰেনে । হিমন্ত বিশ্ব শৰ্মাৰ গৃহত দুপৰিয়াৰ আহাৰ গ্ৰহন কৰি থলুৱা খাদ্যৰ সোৱাদ ললে চম্পাই ছোৰেনৰ সপৰিয়ালে । সহধৰ্মিণী ৰিণিকি ভুঞা শৰ্মাই আদৰণী জনাই চম্পাই ছোৰেনৰ পৰিয়ালবৰ্গক  ।      

Leave a Reply

Your email address will not be published. Required fields are marked *