গুৱাহাটীৰ এজন যুৱকে ৰহিত শৰ্মাক দিলে বিশেষ উপহাৰ

Share

যোৱা বছৰৰ চেপ্তেম্বৰ মাহতেই ৰাহুলে প্ৰস্তুত কৰিছিল এই প্ৰতিচ্ছবিখন । অক্টোবৰত  অনুষ্ঠিত হৈ যোৱা ভাৰত দক্ষিণ আফ্ৰিকাৰ টি ২০ মেচৰ সময়ত ক্ৰিকেটাৰ  জনক উপহাৰ দিবলৈ চেষ্ঠা কৰিছিল যুৱকজনে । গুৱাহাটীৰ এজন যুৱকে ৰোহিত শৰ্মালৈ দিয়ে বিশেষ উপহাৰ । ৰাবাৰ ষ্টাম্পৰ জৰিয়তে প্ৰতিচ্ছবিখন তৈয়াৰ কৰি উপহাৰ দিলে ক্ৰিকেটাৰজনক । গুৱাহাটীৰ ৰেডিচন ব্লোত নিজ হাতেৰে প্ৰতিচ্ছবিখন উপহাৰ দিলে ৰাহুলে যোৱা দক্ষিণ-আফ্ৰিকাৰ টি ২০ মেচৰ সময়ত ক্ৰিকেটাৰ জনক উপহাৰ দিবলৈ সৌভাগ্য ন’হল ৰাহুলৰ । কিন্ত এইবাৰ ভাগ্য ফুলিল ৰাহুলৰ । কিছু বছৰৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বিৰাট কোহলীক উপহাৰ দিছিল ৰাহুলে । পেলনীয়া মোবাইল তথা অন্যান্য সামগ্ৰীৰ জৰিয়তে ৰাহুলে বনাইছিল এই প্ৰতিচ্ছবিখন ।এই প্ৰতিচ্ছবিখন উপহাৰ দিছে বলিউদৰ অভিনেতা অক্ষয় কুমাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো।

  

Leave a Reply

Your email address will not be published. Required fields are marked *