বন্ধ হোৱাৰ দিশে গুৱাহাটীৰ ১৬ খন চৰকাৰী বিদ্যালয়

Share

নিউজ ডেস্কঃ শীঘ্ৰেই বন্ধ হব  গুৱাহাটীৰ ১৬  খন বিদ্যালয়।একত্ৰীকৰণ হোৱা বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীক স্থানান্তৰ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ। ৩০ জন বা তাতকৈ কম শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানলৈ এই জাননী প্ৰেৰণ কৰা হয়। বন্ধ হোৱাৰ দিশে থকা বিদ্যালয়সমূহ হ’ল খাৰঘূলি শিশু বিদ্যাপীঠ, ৰুদ্ৰসিং প্ৰাথমিক বিদ্যালয়, মাজগাঁও প্ৰাথমিক বিদ্যালয়, নমানি কামাখ্যা প্ৰাথমিক বিদ্যালয়, টিলিং গাঁও প্ৰাথমিক বিদ্যালয়, বীণাপানি হিন্দী প্ৰাথমিক বিদ্যালয়, উত্তৰ বনমাজা প্ৰাথমিক বিদ্যালয়, লাচিত গড় প্ৰাথমিক বিদ্যালয়, কটকীপাৰা প্ৰাথমিক বিদ্যালয়, জিতেন্দ্ৰনাথ  এম ই স্কুল, আৰৱান চৰকাৰী ছিনিয়ৰ বেছিক স্কুল, জনজাতি এম ই স্কুল, ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়, চিত্ৰাৱল এম ই স্কুল আৰু নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল।

Leave a Reply

Your email address will not be published. Required fields are marked *