তৃষ্ণা দাস ১ অক্টোবৰ : কেন্সাৰ ৰোগীসকলৰ বাবে সু খবৰ । ৰাজ্যত স্থাপন কৰা হ’ল ১৩ খন কৰ্কট হস্পিতাল। বি বৰুৱা কেন্সাৰ হস্পিতাল আছে যদিও উন্নত চিকিৎসাৰ বাবে চৰকাৰে আৰু ৰাজ্যত মুকলি কৰিব কেন্সাৰ হস্পিতাল। ২০২২ চনৰ জুন মাহত সমগ্ৰ ৰাজ্যখনতে মুকলি কৰা হ’ব বুলি এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
|
|