বন্দনা হাজৰিকা
টকিঅ অলিম্পিকত ভাৰতক প্ৰথমটো পদক জয়ৰ সোৱাদ দিলে উত্তৰ-পূবৰ খেলুৱৈ মীৰাবাই চানুৱে। ৪৯ কেজি শাখাত অনবদ্য প্ৰদৰ্শনেৰে মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰিলে। মীৰাবাই চানু মণিপুৰৰ খেলুৱৈ। ভাৰোত্তোলনত পদক অৰ্জন কৰা মীৰাবাই চানু হৈছে দ্বিতীয় গৰাকী খেলুৱৈ । মীৰাবাই চানু NF ৰেলুৱৈত কৰ্মৰত ।