প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ

Share

বন্দনা হাজৰিকা , ২৭ চেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী মোডীয়ে আজি দেশত আৰম্ভ কৰিলে আয়ুষ্মান ভাৰত ডিজি়টেল মিছন আঁচনিৰ। প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ তিনিবছৰ সৰ্ম্পূণ হোৱা উপলক্ষে মোডীয়ে আজি এই আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী নাগৰিকে এখন  স্বাস্থ্য  আই ডি কাৰ্ড পাব যিখন আই ডি কাৰ্ডত নাগৰিক সকলৰ  স্বাস্থ্য  সম্পৰ্কীয় ৰেকৰ্ড সমূহ থাকিব। মোডীয়ে আয়ুষ্মাম ভাৰত আঁচনিৰ জৰিয়তে দেশৰ নাগৰিক সকলৰ  স্বাস্থ্য সৰ্ম্পকীয় তথ্য ডিজিটেলভাৱে সংৰক্ষণ কৰিব পৰা যাব বুলিও উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *